Assamleatest updatenationalঅসমগুৱাহাটীদৈনিক বাতৰি

শীঘ্ৰেই নাটনি হ’ব ৰন্ধন গেছৰ, চাৰিদিনে বন্ধ বটলিং প্লাণ্টৰ পৰিবহণ সেৱা

শীঘ্ৰেই নাটনি হ’ব ৰন্ধন গেছৰ, চাৰিদিনে বন্ধ বটলিং প্লাণ্টৰ পৰিবহণ সেৱা

শীঘ্ৰেই নাটনি হ’ব ৰন্ধন গেছৰ

চাৰিদিনে বন্ধ বটলিং প্লাণ্টৰ পৰিবহণ সেৱা

থলুৱাক বঞ্চনাৰ অভিযোগত আন্দোলন পৰিবহণ সংস্থাৰ

উত্তৰ-পূব পেট্ৰ’ LPG ট্ৰেন্সপৰ্টাৰ এছ’চিয়েছনৰ ধৰ্মঘট

বন্ধ হৈ আছে উত্তৰ-পূৰ্বৰ ৭টা বটলিং প্লাণ্টৰ পৰিবহণ সেৱা

বন্ধ হৈ আছে উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, আৰু দুলীয়াজান বটলিং প্লান্টৰ সম্পূৰ্ন পৰিবহন সেৱা। এল পি জি চিলিণ্ডাৰ পৰিবাহী ট্ৰাকৰ চলাচল বন্ধ হৈ থকাৰ ফলত এতিয়া ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব ৰাজ্যত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.