দুৰ্ঘটনা

সন্ধান ওলাল নেপালৰ মাজ আকাশত সন্ধানহীন হোৱা বিমানৰ…

Tara Airৰ The Twin Otter 9N-AET বিমানখনে দেওবাৰে পুৱা ৯.৫৫ বজাত ২২গৰাকী যাত্ৰীক লৈ পোখাৰাৰ পৰা উৰা মাৰিছিল আৰু ১০.০৭ বজাত বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

অৱশেষত সন্ধান ওলাল নেপালৰ মাজ আকাশৰ পৰাই সন্ধানহীন হোৱা বিমানৰ। ৫ ঘণ্টাৰ পাছত সন্ধান ওলাল Tara Air বিমানখনৰ। নেপালৰ মুস্তাঙৰ কোৱাঙত উদ্ধাৰ বিমানখন।

 

নেপাল সেনাৰ তথ্য অনুসৰি বিমানখনে লামচে নদীৰ মোহনাত দুৰ্ঘটনাত পতিত হয়। ইতিমধ্যে হেলিকপ্টাৰেদি ঘটনাস্থলীলৈ ৰাওনা নেপাল সেনাৰ।

 

Tara Airৰ The Twin Otter 9N-AET বিমানখনে দেওবাৰে পুৱা ৯.৫৫ বজাত ২২গৰাকী যাত্ৰীক লৈ পোখাৰাৰ পৰা উৰা মাৰিছিল আৰু ১০.০৭ বজাত বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। উল্লেখ্য যে, বিমানখনত থকা ২২গৰাকী যাত্ৰীৰ ভিতৰত ৪গৰাকী হৈছে ভাৰতীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.