অসম

ঐতিহ্যমণ্ডিত মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ ৰাজ্যবাসীলৈ মহানুভৱতা

উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ মহানুভৱতা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনালে মন্দিৰ পৰিচালনা সমিতিয়ে।

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দৌলগোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিয়ে আগবঢ়ালে ১ লাখ টকাৰ অনুদান। “মানৱ সেৱাই ভগৱান সেৱা” বাণীৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ জড়িয়তে প্ৰদান কৰে এই ধনৰাশি।

চৰকাৰে ক’ভিড ভেকচিন ক্ৰয়ৰ বাবে ৰাইজক সহায় কৰিবলৈ আহ্বান জনোৱাৰ পাছতেই এই সিদ্ধান্ত দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ।

ৰাইজে আগবঢ়োৱা বৰঙনিৰে ৰাইজৰ স্বাস্থ্যৰ বাবে অনুদান দিবলৈ পায় আনন্দিত মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.