অপৰাধঅসম

নগৰবেৰাত ৮ বছৰীয়া নাবালকক যৌন উৎপীড়ন!

মিনি ট্ৰাকৰ ভিতৰত ভৰাই যৌন নিৰ্যাতন!

কামৰূপ জিলাৰ নগৰবেৰাত এগৰাকী ৮ বছৰীয়া নাবালকক যৌন উৎপীড়ন কৰাৰ অভিযোগ।

ঘটনাটো সোমবাৰে সংঘটিত হয়। ব্য়ক্তিজন আজমল হক বুলি  ঘটনা সংঘটিত কৰা জানিব পৰা গৈছে।

উল্লেখ্য় যে, যেতিয়া নাবালক ল’ৰাজনে খেলি আছিল তেতিয়া আজমল হকে চকলেটৰ লোভ দি শিশুটোক মিনি ট্ৰাকৰ ভিতৰত ভৰাই যৌন নিৰ্যাতন কৰে।

স্থানীয় লোকে কোৱা অনুসৰি আজমল হক আগতেও এনে কাৰ্যকলাপত জড়িত আছিল।

এজন স্থানীয় লোকে তেওঁক এই কাৰ্য্যত কৰি থকা অৱস্থাত ধৰা পেলাইছিল কিন্তু হকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

ইফালে, ল’ৰাজনৰ পিতৃ-মাতৃয়ে আৰক্ষীক এখন এজাহাৰ দাখিল কৰে। এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা নাই পলাতক আজমল হক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.