Assamassam policeHimanta Biswa SarmaInternationalleatest updatePMo indiaSocial

অন্ত পৰাৰ দিশে দীৰ্ঘদিনীয়া অপেক্ষা; স্বাক্ষৰিত হ’ব আলোচনাপন্থী আলফাৰে কেন্দ্ৰৰ শান্তি চুক্তি।

৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আলফাৰ

অন্ত পৰাৰ দিশে দীৰ্ঘদিনীয়া অপেক্ষা

কাইলৈ দিল্লীত আলোচনাপন্থী আলফাৰে কেন্দ্ৰৰ শান্তি চুক্তি

সন্ধিয়া ৭ বজাত স্বাক্ষৰিত হ’ব বহুচৰ্চিত চুক্তিখন

দিল্লীত আলফাৰ ১৬জনীয়া কেন্দ্ৰীয় নেতৃত্বৰ বাহৰ

চুক্তি স্বাক্ষৰ অনুষ্ঠানত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

প্ৰস্তাৱিত চুক্তিক লৈ ৰাজ্যত ব্যাপক চৰ্চা

অসম চুক্তিৰ ৬নং দফাক বিশেষ গুৰুত্ব

৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আলফাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.