দৈনিক বাতৰিৰাজনৈতিক

আজি ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ অষ্টম দিন, কিন্তু অদমনীয় ইউক্ৰেইন!

ইতিমধ্যে যুদ্ধবিধ্বস্ত খাৰ্কিভ চহৰ ত্যাগৰ পৰামৰ্শ ভাৰতীয়ক

ক্ৰমাত তীব্ৰতৰ হৈ পৰিছে ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ। ইতিমধ্যে যুদ্ধবিধ্বস্ত খাৰ্কিভ চহৰ জৰুৰীকালীনভাৱে ত্যাগৰ পৰামৰ্শও দিয়া হৈছে ভাৰতীয়ক। ইপিনে খাৰ্কিভ চহৰৰ ৰে’ল ষ্টেচনত আবদ্ধ সহস্রাধিক ভাৰতীয়।

 

আজি ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ অষ্টম দিন। বৰ্তমানেও ইউক্ৰেইনত আক্ৰমণ ৰাছিয়াৰ। ৰাজধানী কিৱ ঘেৰি ধৰিছে ৰাছিয়ান সেনাই। খেৰছন চহৰ দখল কৰিছে ৰাছিয়ান সেনাই। অহৰহ মিছাইলেৰে আক্ৰমণ ৰাছিয়ান সেনাৰ। ধ্বংস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ বহু চহৰ।

 

তাৰ পাছতো কিন্তু ২.৫ লক্ষ্য সৈন্য শক্তিৰে অদমনীয় ইউক্ৰেইনৰ সেনা। যুদ্ধত যোগ দিছে লক্ষাধিক সাধাৰণ নাগৰিকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.