AssamCity newsEducationঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিক্ষা

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল……

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা

এইবাৰ এটাও শাখাত নাই স্থানৰ ব্যৱস্থা

নতুন শিক্ষানীতিৰে প্ৰকাশ পালে ফলাফল

ছাত্ৰ-ছাত্ৰীয়ে CODE অনুসৰি চাব পাৰিব ফলাফল

কলা শাখাত প্ৰথম স্থানত বাক্সা

বাক্সাত উত্তীৰ্ণৰ হাৰ ৯৭.৪৪%

বিজ্ঞান শাখাত প্ৰথম স্থানত বজালী

বজালীত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৩.৯৮%

বাণিজ্য শাখাতো প্ৰথম স্থানত শিৱসাগৰ

শিৱসাগৰত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.৪২%

বাণিজ্য শাখাৰ দ্বিতীয় স্থানত বজালী

বজালী জিলাত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৬.৯১%

কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.১৮%

বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.৮৮%

বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৭.৮০%

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.