Educationঅপৰাধৰাজনৈতিক

নিৰ্বাচনৰ ফলাফল ঘোষণা পূৰ্বে কটনৰ একাংশ শিক্ষাৰ্থী উদ্ভণ্ডালি

নিশা বাৰ বজাত সীতানাথ ব্ৰক্ষ্ম চৌধুৰী ছাত্ৰৱাসৰ একাংশ ছাত্ৰই অশ্ৰাব্য গালি গালাজ কৰা লগতে শিল মদৰ বটল লাঠী দলিয়াই বহুকেইখন খিৰিকিৰ গ্লাছ ভাঙে

নিৰ্বাচনৰ ফলাফল ঘোষণা পূৰ্বে কটনৰ একাংশ শিক্ষাৰ্থী উদ্ভণ্ডালি।

নিশা বাৰ বজাত সীতানাথ ব্ৰক্ষ্ম চৌধুৰী ছাত্ৰৱাসৰ একাংশ ছাত্ৰই অশ্ৰাব্য গালি গালাজ কৰা লগতে শিল মদৰ বটল লাঠী দলিয়াই বহুকেইখন খিৰিকিৰ গ্লাছ ভাঙে।

MNDP হোষ্টেলৰ কোনো ছাত্ৰ আঘাতপ্ৰাপ্ত হোৱা নাই যদিও গোটেই নিশা উজাগৰে শংকাত কটাবলগীয়া হয়।

আক্ৰমণৰ সময়ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰে যদিও কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

মঙলবাৰে দিনৰ ভাগত হৈছিল ভোট গ্ৰহণ৷ বুধবাৰে ফলাফল দিয়াৰ আগতে এই ঘটনা সংঘটিত হয়।

MNDP ছাত্ৰৱাসৰ পৰা এইবাৰ নিৰ্বাচনত কেইবাগৰাকী ছাত্ৰই প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছিল।

বিগত সময়ত MNDP ছাত্ৰৱাসৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা ছাত্ৰ বহু কেইজন নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.