অপৰাধজন্তুবন্যপ্ৰাণী

দামী গাড়ীৰে ছাগলী চোৰ, বিদুৎ ৰ খুঁটা আৰু বাঁহৰ জোপাত বান্ধি উত্তম মাধ্যম চোৰক

দামী গাড়ীৰে ছাগলী চোৰ,বিহালীৰ লাল পুখুৰীত ছাগলী চোৰৰ সন্ত্ৰাস।

বহু দিনধৰি এই চোৰৰ দলটোৱে বিহালীৰ ৰাংছালী ‘কমাৰ পুখুৰী’ ৰৌমাৰী আদি অঞ্চলত সন্থাস চলাই আহিছিল l অৱশেষত লালপুখুৰী ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ হাতত l চোৰকেইটা এতিয়ালৈকে প্ৰায় ৩০ টাৰোধিক ছাগলী এই চুৰ কৰিছে l

তিনি ছাগলী চোৰক বিদুৎ ৰ খুঁটা আৰু বাঁহৰ জোপাত বান্ধি উত্তম মাধ্যম ৰাইজৰ।

AS 03 G 9585 নম্বৰৰ ইণ্ডিগ বাহন লৈ মুকেশ ওৰাং নামৰ লোকজনৰ ঘৰত ছাগলী চোৰ কৰিব আহিছিল দলটোৱে।
চাৰি চোৰৰ এজন পলাই যায় যদিও  পিযুষ আলি, লক্ষীবুৰ আলি, আৰু আনুৱাৰ আলি নামৰ চোৰ তিনিটাক উত্তম মাধ্যম সোধাই বিহালী আৰক্ষীক গতাই দিয়ে ৰাইজে।

চোৰ কেইজনৰ ঘৰ চতিয়াৰ ভূঞা পাৰা গাঁৱত বুলি জানিব পৰা গৈছে। ইতিপূৰ্বেও লাল পুখুৰী অঞ্চলৰ লক্ষন কুৰ্মী আৰু অনিল কিষানৰ ছাগলী চোৰ কৰিছিল দলটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.