অসমভাৰতৰাজনৈতিক

কংগ্ৰেছ সাংসদৰ ঘৰত টকাৰ উজান, সাংসদ ধীৰজ চাহুৰ ঘৰত জব্দ ৩০০ কোটি টকা

কংগ্ৰেছ সাংসদৰ ঘৰত টকাৰ উজান, সাংসদ ধীৰজ চাহুৰ ঘৰত জব্দ ৩০০ কোটি টকা

কংগ্ৰেছ সাংসদৰ ঘৰত টকাৰ উজান
সাংসদ ধীৰজ চাহুৰ ঘৰত জব্দ ৩০০ কোটি টকা
চাৰিদিনে মেচিনেৰে গণি শেষ কৰিব পৰা নাই জব্দকৃত ধন
টকা গণি ভাগৰি পৰিছে বেংক বিষয়া
বিকল হৈ পৰিছে কেইবাটাও টকা গণা মেচিন
আলমিৰাই আলমিৰাই ভৰ্তি ৫০০ টকীয়া নোটৰ বাণ্ডিল
ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগত আয়কৰৰ তালাচী
সাংসদ চাহু আৰু পৰিয়ালৰ বাসগৃহত এই অভিযান
আৱাসগৃহ, কাৰ্যালয়, ফেক্টৰীত চলিছে তালাচী অভিযান
৩ ৰাজ্যৰ ১০ স্থানত বুধবাৰৰ পৰাই চলিছে অভিযান
৭ ডিচেম্বৰত সুৰা কোম্পানীত উদ্ধাৰ ৩০টাকৈ ধনভৰ্তি আলমিৰা
ধীৰজ চাহু ঝাৰখণ্ডৰ পৰা নিৰ্বাচিত কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 1 =

Back to top button