জম্মু-কাশ্মীৰৰাষ্ট্ৰীয় সুৰক্ষা

উত্তৰ পূৱৰ এখন ৰাজ্য সম্পূৰ্ণ ৬ মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰই

৩০ জুনৰ পৰা ডিচেম্বৰ মাহৰ শেষলৈ প্ৰযোজ্য হৈ থাকিব এই নিৰ্দেশনা

উত্তৰ পূৱৰ এখন ৰাজ্য সম্পূৰ্ণ ৬মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰই।

উত্তৰ পূৱৰ নাগালেণ্ডক ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ। ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ অশান্ত অঞ্চল হিচাপে নিৰ্দেশনা জাৰি কৰা হৈছে। ডিচেম্বৰ মাহৰ শেষলৈ প্ৰযোজ্য হৈ থাকিব এই নিৰ্দেশনা।

Armed Forces (Special Power) Act (AFSPA) ১৯৫৮ৰ দফা নং ৩ৰ অধীনত কেন্দ্ৰৰ এই পদক্ষেপ। এই আইনৰ অধীনত সুৰক্ষা বাহিনীয়ে কোনো পূৰ্ব অনুমতি নোহোৱাকৈ যি কোনো সময়তে অভিযান চলাব পাৰিব আৰু সন্দেহযুক্ত ব্যক্তিক আটক কৰিব পাৰিব।

উল্লেখ্য যে, উত্তৰ-পূৱৰ নাগালেণ্ডৰ লগতে জম্মু আৰু কাশ্মীৰতো বৰ্তমানে অশান্ত অঞ্চল ঘোষণা কৰা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.