বিজ্ঞান

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ

২৬ মে’ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ’ব৷

ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বিয়লী ভাগলৈ আংশিকভাবে দৃশ্যমান হ’ব চন্দ্ৰগ্ৰহণ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 7 =

Back to top button