অপৰাধখেলভাৰতৰাজনৈতিক

প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি! কোনে দিছে ভাবুকি?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ পূব দিল্লী সমষ্টিৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে পাইছে মৃত্যুৰ ভাবুকি। আই এছ আই এছ কাশ্মীৰে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে বিজেপিৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক।

প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি। বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যাৱস্থা।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ পূব দিল্লী সমষ্টিৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে পাইছে মৃত্যুৰ ভাবুকি। আই এছ আই এছ কাশ্মীৰে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে বিজেপিৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক।

আই এছ আই এছৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ পাছতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দিল্লী আৰক্ষীৰ ওচৰ চাপে। ইয়াৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দিল্লীৰ বিজেপিৰ কৰ্মকৰ্তা সকলৰ মাজত। গৌতম গম্ভীৰে দিল্লী আৰক্ষীৰ ওচৰ চপাৰ পাছতে দিল্লী আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰিছে বুলি উল্লেখ কৰে।

ইপিনে, দিল্লী আৰক্ষীয়ে গৌতম গম্ভীৰৰ দিল্লীস্থিত বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা বুলি উল্লেখ জনাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.