অসম

কাইলৈ অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

লগত আহিব পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান

-কাইলৈ অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

-সোণাৰাম হাইস্কুল খেলপথাৰত বিশাল জনসভা

-দিনৰ ১২ বজাত উপস্থিত হ’ব অৰবিন্দ কেজৰিৱাল

-লগত আহিব পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান

 

-যাবতীয় কাম সম্পূৰ্ণ কৰিছে ‘আপ’ অসমে

 

-১০ হাজাৰ লোকৰ সমাবেশ কৰাৰ লক্ষ্য ‘আপ’ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − eleven =

Back to top button