Socialজীৱনশৈলীজ্যোতিৰ্বিজ্ঞান

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ! সাজু হওক আপুনি, জীৱনৰ অস্থিৰতা প্ৰতিহত কৰক এই সুৰ্যগ্ৰহণত…

২০২২ বৰ্ষত আছে, কেইবাটাও গ্ৰহণ। নতুন বছৰত এটা বা দুটা নহয় চাৰিটাকৈ গ্ৰহণ হ'বলৈ গৈ আছে। ইয়াত দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণ

Solar Eclipse 2022

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। সাজু হওক আপুনি। জীৱনৰ অস্থিৰতা প্ৰতিহত কৰক এই সুৰ্যগ্ৰহণ।
২০২২ বৰ্ষত আছে, কেইবাটাও গ্ৰহণ। নতুন বছৰত এটা বা দুটা নহয় চাৰিটাকৈ গ্ৰহণ হ’বলৈ গৈ আছে। ইয়াত দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণ।

২০২২ চনৰ প্রথম সূর্যগ্রহণ সংঘটিত হ’ব ৩০ এপ্রিল ২০২২ত৷ ভাৰতীয় সময় অনুসৰি, দুপৰীয়া ১২:১৫ৰ পৰা আবেলি ৪:০৭ বজা পর্যন্ত থাকিব এই গ্ৰহণ। এই গ্ৰহণৰ প্ৰভাৱ ভাৰতত আংশিক হ’ব। এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ ভাৰতত আংশিক হ’ব কিন্তু দক্ষিণ আৰু পশ্চিম আমেৰিকা, প্ৰশান্ত মহাসাগৰ, এণ্টাৰ্কটিকাৰ পৰা অধিক দেখা যাব।

এই সুৰ্যগ্ৰহণত উপৱাসে থাৰিব নালাগে যদিও পৰা পক্ষত কোনো শুভ কাম হাতত নোলোৱাই ভাল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 1 =

Back to top button