AssamCity newsCMO AssamGovernment SchemeHimanta Biswa SarmaInternationalnationalnorth eastpoliticalRegionalSocialSocial Networkঅৰ্থনৈতিকঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিধৰ্মীয়পৰিৱেশপৰ্যটন

মুকলি হ’ব গুৱাহাটী-উঃ গুৱাহাটী দলঙৰ দক্ষিণ অংশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মুকলি কৰিব উৰণ এই সেতু

আজি মুকলি হ’ব গুৱাহাটী-উঃ গুৱাহাটী দলঙৰ দক্ষিণ অংশ । মুকলি হ’ব ভূতনাথ-মাছখোৱা এলিভেটত কৰিড’ৰ । আজি সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মুকলি কৰিব উৰণ এই সেতুখন । সেতু মুকলিৰ লগে লগে হ্ৰাস পাব ভৰলুৰ যান-জঁট, ১.২ কি.মি. দৈৰ্ঘ্যৰ সেতুখনৰ নিৰ্মাণত ব্যয় ৩২৬ কোটি টকা । ২ ৰ’টাৰী আৰু ৩ লেনযুক্ত এই উৰণ সেতু, নদীৰ পাৰৰ সৌন্দৰ্যবৰ্ধন, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা । মুকলিৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে সেতুখন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 15 =

Back to top button