AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সম্পন্ন কেবিনেটৰ বৈঠক

কেবিনেটৰ অন্তত সংবাদ মেল মুখ্যমন্ত্ৰীৰ

ধুবুৰী-নগাঁৱত খিলঞ্জীয়াক দিয়া হ’ব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ

বৰপেটা-মৰিগাঁৱৰ খিলঞ্জীয়াই পাব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ

আত্মৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব চৰকাৰে

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সৰুসজাই স্প’ৰ্টছ কমপ্লেক্সৰ নাম সলনিৰো সিদ্ধান্ত কেবিনেটত

এতিয়াৰে পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত হ’ব স্প’ৰ্টছ কমপ্লেছ

মঙলদৈ ষ্টেডিয়াম দৰঙী ৰহা ধৰ্ম নাৰায়ণৰ নামেৰে নামকৰণৰ সিদ্ধান্ত

SIRDক গোলাপ বৰবৰা SIRD হিচাপে নামকৰণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.