Government SchemeSocialঅৰ্থনৈতিকচাকৰি

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰঃ বৃদ্ধি পাব দৰমহা!

লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেন্সনাৰ আৰু ফেমিলী পেন্সনাৰসকল

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত ৰেগুলাৰ কৰ্মচাৰীৰ বাঢ়িব দৰমহা। ইয়াৰ ফলত লাভান্বিত হ’ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেন্সনাৰ আৰু ফেমিলী পেন্সনাৰসকল।

অতিৰিক্ত ৩ শতাংশ DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। জুলাই ২০২১ৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। চৰকাৰৰ সিদ্ধান্তই ৪৭.১৪ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰক লাভান্বিত কৰিছে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছিল।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + seventeen =

Back to top button