অসমআঞ্চলিকদৈনিক বাতৰি

শিলচৰত জব্দ চুপাৰি ভৰ্তি তেলৰ টেংকাৰ, ‘পুষ্পা’ ছবিৰ ষ্টাইলত চুপাৰি সৰবৰাহৰ চেষ্টা….

শিলচৰত জব্দ চুপাৰি ভৰ্তি তেলৰ টেংকাৰ, ‘পুষ্পা’ ছবিৰ ষ্টাইলত চুপাৰি সৰবৰাহৰ চেষ্টা....

শিলচৰত জব্দ চুপাৰি ভৰ্তি তেলৰ টেংকাৰ

‘পুষ্পা’ ছবিৰ ষ্টাইলত চুপাৰি সৰবৰাহৰ চেষ্টা

আৰক্ষীয়ে গেছ কাটাৰেৰে কাটিলে টেংকাৰৰ ভিতৰখন

উদ্ধাৰ কৰিলে বুজন পৰিমাণৰ অবৈধ চুপাৰি

ম্যানমাৰৰ পৰা সৰবৰাহ হৈছিল চুপাৰিখিনি

আল্লু অৰ্জুন অভিনীত ‘পুষ্পা’ চিনেমাত গাখীৰৰ টেংকাৰৰ ভিতৰত চোৰাংকৈ সৰবৰাহ কৰা হৈছিল ৰঙা চন্দন কাঠ ৷ একেই আৰ্হিত তেলৰ টেংকাৰৰ ভিতৰত বাৰ্মিজ চুপাৰি চোৰাংকৈ সৰবৰাহৰ চেষ্টা সৰবৰাহকাৰীৰ। অৱশ্যে এই চেষ্টাত সফল নহ’ল বাৰ্মিজ চুপাৰি চোৰাং সৰবৰাহকাৰীসকল। সম্ভৱতঃ ‘পুষ্পা’ চিনেমাখনৰ পৰা অকল চোৰাং কাৰবাৰীয়েই শিকা নাই. শিকিছে আৰক্ষীৰ লোকেও। যাৰ ফলত কাছাৰ আৰক্ষীৰ শেনচকুত ধূলি মাৰিব নোৱাৰিলে বাৰ্মিজ চুপাৰিৰ চোৰাং কাৰবাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.