Assamhealthleatest updateSocialSocial Networkখাদ্যদৈনিক বাতৰিবিশ্বস্বাস্থ্য

জীৱন সলনি কৰি দিব পাৰে পানীয়ে !

পানীয়ে সলনি কেনেকৈ কৰিব শাৰীৰ?

শৰীৰৰক যিমান স্বাস্থ্যকৰ আহাৰৰ প্ৰয়োজন, সিমানেই প্ৰয়োজন পানীৰ । আমাৰ খাদ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে পানী । যদি আমি প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰো, তেতিয়াহ’লে আমি যিমানেই স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন নকৰোঁ কিয় আমাৰ স্বাস্থ্য কেতিয়াও ভাল নহ’ব । উপযুক্ত পৰিমাণৰ পানী নোখোৱাৰ ফলত ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰে । সেইকাৰণে পানী খোৱাটো জৰুৰী।

শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ দৰে সমস্যা, ছালৰ বিভিন্ন ৰোগে দেখা দিব পাৰে । যদি আপুনি এসপ্তাহ দৈনিক কমেও ৫ গিলাচ পানী খায় তেন্তে আপোনাৰ শৰীৰত বিভিন্ন পৰিৱৰ্তন হ’ব পাৰে।


ৰাতিপূৱা খালি পেটত এক গিলাচ গৰম পানী খালে Gas, পেটৰ বিষ আৰু বিভিন্ন পেটৰ বেমাৰ ভাল হয়I যদি কাৰোবাৰ ওজন বাঢ়িছে তেন্তে ৰাতিপূৱা এক গিলাচ গৰম পানীত দুই চামুচ নেমুৰ ৰস মিহলাই খাওক।

গৰম পানীয়ে শৰীৰৰ পাচন পক্ৰিয়া ভালকৈ ৰখাৰ লগতে আমাৰ স্কিন খনো হাইড্ৰেট কৰি ৰাখে আৰু চালৰ উজ্জলতা বঢ়ায়।

আহাৰ খোৱাৰ পাছত এক গিলাচ গৰম পানী খালে আহাৰ ভালকৈ হজম হয় আৰু gas নহয়। দৈনিক ৫ গিলাচ পানী খালে পেট সুস্থ হৈ থাকে, পেটৰ ৰোগত আক্ৰান্ত লোকে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে । যদি আপোনাৰ হজম শক্তি বেয়া, কোষ্ঠকাঠিন্যৰ সমস্যা নহ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.