AssamCity newsleatest update

মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুৰ পাছত শীঘ্ৰেই আন এখন উৰণীয়া সেতু লাভ কৰিব গুৱাহাটী মহানগৰবাসীয়ে।

দুৰ্গাপূজাৰ পূৰ্বেই মুকলি হ'ব জু-ৰোডৰ উৰণীয়া সেতু

মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুৰ পাছত শীঘ্ৰেই আন এখন উৰণীয়া সেতু লাভ কৰিব গুৱাহাটী মহানগৰবাসীয়ে। সমাগত দুৰ্গাপূজাৰ পূৰ্বেই জু-ৰোডৰ উৰণীয়া সেতু মুকলি কৰাৰ বাবে চলোৱা হৈছে প্ৰস্তুতি।

ইতিমধ্যে সেতুখনৰ প্ৰায় সকলো কাম সম্পূৰ্ণ হৈ উঠিছে। সম্প্ৰতি অব্যাহত আছে সৌন্দৰ্যবৰ্ধনৰ কাম। প্ৰায় ৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে ২.৩ কিঃমিঃ দৈৰ্ঘ্যৰ এই সেতুখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.