Asian gamesAssamInternationalSportsখেলচীনদৈনিক বাতৰিবিশ্ব

এছিয়ান গেমছত তৃতীয় দিনাও অব্যাহত ভাৰতৰ জয়যাত্ৰা, বৰ্তমানলৈ ১৪টা পদক লাভ ভাৰতৰ

এছিয়ান গেমছত তৃতীয় দিনাও অব্যাহত ভাৰতৰ জয়যাত্ৰা, বৰ্তমানলৈ ১৪টা পদক লাভ ভাৰতৰ

এছিয়ান গেমছত তৃতীয় দিনাও অব্যাহত ভাৰতৰ জয়যাত্ৰা

তৃতীয়টো স্বৰ্ণ জয় ভাৰতৰ

বৰ্তমানলৈ ১৪টা পদক লাভ ভাৰতৰ

৩টা স্বৰ্ণ, ৪টা ৰূপ, ৭টা ব্ৰঞ্জৰ পদক ভাৰতৰ

তৃতীয় দিনা পদক তালিকাৰ ষষ্ঠ স্থানত ভাৰত

টেনিছত অংকিতা ৰাইনা চতুৰ্থ ৰাউণ্ডলৈ অগ্ৰগতি

টেনিছ মিক্সড ডাবলছত ভাৰতৰ অগ্ৰগতি

তৃতীয় ৰাউণ্ডলৈ ইউকী ভামব্ৰী, অংকিতা ৰাইনাৰ যুটী

পাকিস্তানক ৬-০, ৬-০ত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ

পুৰুষৰ ভলীবলত ষষ্ঠ স্থান দখল ভাৰতৰ

স্থান নিৰ্ণয়ৰ খেলত পাকিস্তানৰ হাতত পৰাজিত ভাৰত

ইয়াৰ পূৰ্বৰ এছিয়াডত দ্বাদশ স্থানত আছিল ভাৰত

ফেন্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ভৱানী দেৱী

জুডোৰ ব্ৰঞ্জ পদকৰ যুঁজত পৰাস্ত তুলিকা মান

সাঁতোৰৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত সপ্তদৰ্শ স্থানত শিৱাংগী শৰ্মাৰ

টেনিছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সুমিত নাগাল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.