SocialSocial Networkখেলজীৱনশৈলীস্বাস্থ্য

সফলতাৰ ৰহস্য যৌন সম্পৰ্ক!

ৰাছিয়ান সাঁতোৰবিদৰ এই চাঞ্চল্যকৰ মন্তব্য

কঠোৰ পৰিশ্ৰম, নিয়মীয়া বা অনুশীলন নহয়, সফলতাৰ ৰহস্য যৌন সম্পৰ্ক। এই চাঞ্চল্যকৰ মন্তব্য এগৰাকী ৰাছিয়ান সাঁতোৰবিদৰ।
টকিঅ’ অলিম্পিকত সাঁতোৰত স্বৰ্ণ জয় কৰা আলা শিশকিনা নামৰ সাঁতোৰবিদগৰাকীয়ে কয় যে, খেলৰ পূৰ্বে কৰা সম্ভোগে তেওঁক শাৰীৰিক শক্তি বৃদ্ধি কৰাত সহায় কৰে।
তিনিবাৰকৈ অলিম্পিক জয় কৰিছিল খেলুৱৈগৰাকীয়ে। ইয়াৰ পিছতে তেওঁ এটা ৰাছিয়াৰ সংবাদ মাধ্যমক কয় যে যৌনতাই কেনেকৈ তেওঁৰ প্ৰদৰ্শনক প্ৰভাৱিত কৰিছিল।
তেওঁ কয় যে, খেলৰ আগতে যৌন সম্ভোগে খেলুৱৈসকলক অধিক আক্ৰমণাত্মক কৰি তুলিব পাৰে। টেষ্টোষ্টেৰন হৰমন ক্ষয়ৰ ফলত শাৰীৰিক শক্তি বৃদ্ধি হয়। ই খেলত সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰে। বিজ্ঞানীসকলৰ গৱেষণাই প্ৰমাণ কৰিছে যে কেৱল যৌনতাৰ জৰিয়তে শৰীৰত ধ্বংসাত্মক শক্তি পোৱাটো সম্ভৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.