নাগালেণ্ডপৰিৱেশবতৰভ্ৰমণ

১০০ খন ডাটা স্মাৰ্ট চিটিৰ ভিতৰত ১০ নং স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে কোহিমাই

স্মাৰ্ট চিটিৰ তালিকা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এক মাত্ৰ কোহিমাই স্থান লাভ কৰিবলৈ সক্ষম হয়

দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ ভিতৰত শীৰ্ষ ১০ নং স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাই।

শুক্ৰবাৰে নতুন দিল্লীত স্মাৰ্ট চিটি মিছন, ‘এ এম আৰ ইউ টি’ আৰু ‘পি এম এ ৱাই’ৰ ষষ্ঠ বাৰ্ষিকী উদযাপনৰ সময়ত দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ তালিকা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এক মাত্ৰ কোহিমাই স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত স্মাৰ্ট চিটি মিছনে ‘ডাটা স্মাৰ্ট চিটি’ৰ ৰণনীতি আৰম্ভ কৰিছিল। যিয়ে দেশৰ ১০০ খন চহৰত কঠিন নগৰীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ তথ্য ব্যৱহাৰ কৰাৰ বাবে এক ৰোডমেপ হিচাপে কাম কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.