Socialআন্তঃৰাষ্ট্ৰীয়ভাৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ এগৰাকী পাকিস্তানী ছাত্ৰী! কিন্তু কিয়?

পশ্চিম ইউক্ৰেইনৰ যুদ্ধৰ পৰিস্থিতিত আবদ্ধ হৈ আছিল আসমা ছফিক নামৰ এগৰাকী পাকিস্তানী ছাত্ৰী। ইউক্ৰেইনৰ পৰা ভাৰতীয় কৰ্তৃপক্ষৰ সহায়ত উদ্ধাৰ কৰা বাবে নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত এগৰাকী পাকিস্তানী ছাত্ৰী!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ এগৰাকী পাকিস্তানী ছাত্ৰী। ইউক্ৰেইন-ৰাছিয়াক সংকটৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হোৱা এগৰাকী পাকিস্তানী ছাত্ৰীয়ে ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷

পশ্চিম ইউক্ৰেইনৰ যুদ্ধৰ পৰিস্থিতিত আবদ্ধ হৈ আছিল আসমা ছফিক নামৰ এগৰাকী পাকিস্তানী ছাত্ৰী। ইউক্ৰেইনৰ পৰা ভাৰতীয় কৰ্তৃপক্ষৰ সহায়ত উদ্ধাৰ কৰা বাবে নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত এগৰাকী পাকিস্তানী ছাত্ৰী!

উল্লেখ্য যে, ইউক্ৰেইনত আবদ্ধ পাকিস্তানৰ ছাত্ৰ-ছাত্ৰীয়ে দূতাবাসৰ স্থানান্তৰৰ দাবী জনাইছিল যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

ভাৰতে কেৱল যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাই নহয়, বহুতো পাকিস্তানী আৰু নেপালী শিক্ষাৰ্থীকো উদ্ধাৰ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.