Assamleatest updatespaceunivers

চন্দ্ৰপৃষ্ঠৰ পৰা আহিল নতুন খবৰ; ২৬ আগষ্টত চন্দ্ৰপৃষ্ঠত হৈছিল ভূকম্পন!

শেহতীয়াকৈ লেণ্ডাৰ বিক্ৰমত সংযোজিত চেন্সৰে প্ৰেৰণ কৰিছে এই তথ্য।

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ইতিমধ্যে ৯টা দিন অতিক্ৰম কৰিলে বিক্ৰম আৰু প্ৰজ্ঞানে। ৯ দিনীয়া সফল অভিযানত ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ প্ৰেৰণ চন্দ্ৰপৃষ্ঠৰ বহু নতুন তথ্য। শেহতীয়াকৈ লেণ্ডাৰ বিক্ৰমত সংযোজিত চেন্সৰে প্ৰেৰণ কৰিছে আন এক তথ্য। ২৬ আগষ্টত চন্দ্ৰপৃষ্ঠত হৈছিল ভূকম্পন।

ইফালে ৰ’ভাৰ প্ৰজ্ঞানে পুনৰ চন্দ্ৰপৃষ্ঠত ছালফাৰৰ উপস্থিতিৰ তথ্য প্ৰেৰণ কৰিছে। আৰু ৫ দিনৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলাব প্ৰজ্ঞানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.