ভাৰত

এজাঁই দুজাঁই নহয়, ২০ জাঁই গুলীৰে থকা-সৰকা ভাৰতীয় খেলুৱৈক…

অৱশ্যে, কোনে, কিয় খেলুৱৈগৰাকীক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

ক্ৰীড়া জগতৰ এটি চিনাকী নাম-সন্দীপ নাংগাল আম্বিয়া। কাবাডী খেলেৰে বিশ্বৰ ভিন্ন প্ৰান্তত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা সন্দীপ নাংগালক নিৰ্মমভাৱে হত্যা কৰিলে দুৰ্বৃত্তই।

পঞ্জাৱত হত্যা আন্তঃৰাষ্ট্ৰীয় কাবাদী খেলুৱৈ সন্দীপ নাংগালক। জলন্ধৰত সংঘটিত হৈছে এই ঘটনা। ২০ জাঁই গুলীৰে থকা সৰকা খেলুৱৈগৰাকীৰ দেহ। অজ্ঞাত লোকে গুলীয়াই হত্যা কৰে খেলুৱৈগৰাকীক। খেল চলি থকাৰ সময়তে গুলীচালনা অজ্ঞাত লোকৰ। মৃত্যুৰ সময়ত খেলুৱৈগৰাকীয়ে এৰি গৈছে দুটা সন্তান আৰু পত্নীক। অৱশ্যে, কোনে, কিয় খেলুৱৈগৰাকীক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.