leatest updateকেৰালাদৈনিক বাতৰিবলিউডবোলছবিভাৰতমনোৰঞ্জনসংস্কৃতি

পশ্চিম বংগত নিষিদ্ধ,‘The Kerala Story’, কিন্তু কিয়?

বিতৰ্কই লগ নেৰা হৈছে ‘The Kerala Story’ নামৰ ছবিখনৰ।

বিতৰ্কই লগ নেৰা হৈছে ‘The Kerala Story’ৰ। প্ৰযোজক বিপুল অমৃত লাল শ্বাহৰ প্ৰযোজনা আৰু সুদীপ সেনৰ দ্বাৰা পৰিচালিত ‘The Kerala Story’নামৰ চিনেমাখনৰ টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰাই সৃষ্টি হৈছে বিতৰ্ক।‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনেও বলীউডৰ চলচ্চিত্ৰ জগতত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চিনেমাখনক লৈ বলীউডতো কিছু বিতৰ্ক হৈছিল যদিও ছবিখনে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।

The Kerala Story streaming: where to watch online?

উল্লেখ্য যে ‘দ্য কেৰালা ষ্ট’ৰী’ চিনেমাখনত কেৰালাৰ ২০১৮-২০১৯ চনত ইছলাম ধৰ্ম গ্ৰহণ কৰা আৰু ISIS আৰু অন্যান্য ইছলামিক ক্ষেত্ৰত অবৈধভাৱে সৰবৰাহ কৰা কেৰালাৰ হিন্দু মহিলাসকলৰ কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে।মূলতঃ এই ছবিখন কেৰালাৰ ধৰ্মান্তৰকৰণ আৰু উগ্ৰপন্থী সংযোগৰ প্ৰসংগক লৈ নিৰ্মাণ কৰা হৈছে বুলিয়েই ছবিখনে বিতৰ্কৰ সৃষ্টি কৰিছে।

The Kerala Story box office collection: 'The Kerala Story' makes a flying start, earns Rs 8 crore on day 1 - The Economic Times

সমগ্ৰ দেশৰ লগতে কলকাতাতো ৫ মে’ত মুক্তি লাভ কৰিছিল ‘The Kerala Story’এ। কিন্তু মুক্তিৰ প্ৰায় তিনিদিন পিছতে অৰ্থাৎ ৮ মে’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক সংবাদমেলৰ জৰিয়তে ছবিখন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button