অৰ্থনৈতিকঅসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটী

গুৱাহাটীৰ ৰাজপথত নতুনকৈ সংস্থাপন হ’ব CCTV কেমেৰা

গুৱাহাটীৰ পথ সংযোগৰ ৯৪ টা স্থানত স্থাপন হ’ব এই CCTV সমুহ

গুৱাহাটীৰ ৰাজপথত নতুনকৈ সংস্থাপন হ’ব CCTV কেমেৰা

বাজেটত CCTVৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰিছে চৰকাৰে

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে এই ধনৰাশি

গুৱাহাটীৰ পথ সংযোগৰ ৯৪ টা স্থানত স্থাপন হ’ব এই CCTV সমুহ

২০২২ৰ পৰা ২০টা পথত সংযোগ কৰা হৈছে CCTV

গুৱাহাটী স্মাৰ্ট চিটীৰ অধীনত এই প্ৰকল্প গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে

সদনত লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য মুখ্যমন্ত্ৰীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button