বলিউডমনোৰঞ্জন

সামাজিক মাধ্যমত বিকিয়ে শ্বেয়াৰ কৰিলে এটি ভিডিঅ’। নেটিজেনে ক’লে, ‘বিৱি কি সুনা কৰ’’

নেটিজেনে ক'লে, ‘বিৱি কি সুনা কৰ'’

প্ৰায়ে চৰ্চিত হৈ থাকে বলীউডৰ এটি জনপ্ৰিয় যুটি হ’ল বিকি কৌশল আৰু কেটৰিনা কাইফ। বুধবাৰে অভিনেতা বিকি কৌশলে নিজৰ ইনষ্টাগ্ৰামযোগে এটা ধেমেলীয়া কেপচনৰ সৈতে শ্বেয়াৰ কৰিলেএটা নতুন লিপ-চিংক ভিডিঅ’। ‘গোবিন্দ নাম মেৰা’ৰ অভিনেতাগৰাকীয়ে লগতে কেপচনত লিখে, মোৰ পত্নীয়ে মোক এনে ভিডিঅ’ নিদিবলৈ অনুৰোধ কৰে, কিন্তু মই এইক্ষেত্ৰত সহায় কৰিব নোৱাৰো। আশাকৰোঁ এদিন তাই ক’ব…’KYAA BAAT HAII!!!'”

এই হাস্যৰসময়ী কেপচনটোৰ প্ৰতি নেটিজেনসকলে ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকৰ বহুতে লিখিলে‘বিৱি কি সুনা কৰ’’। বহুতে লিখিলে, ছাৰ! কেপচন জুই!

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.