অসমদুৰ্ঘটনা

ভয়ংকৰ অগ্নিকাণ্ডত জ্বলিল এখন হোটেল, কথমপি ৰক্ষা পৰিল কেইবাখনো প্রতিষ্ঠান

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কেইবাখনো প্রতিষ্ঠান

⚫ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড

⚫গৌৰীপুৰৰ পুষ্প হোটেলত সংঘটিত হৈছে এই ঘটনা

⚫ৰান্ধনীশালৰ পৰা জুইৰ সূত্রপাত হোৱাৰ সন্দেহ

⚫অগ্নিকাণ্ডত জাহ গ’ল হোটেলখনৰ ৪টাকৈ কোঠা

⚫ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী

⚫ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কেইবাখনো প্রতিষ্ঠান

⚫অগ্নিকাণ্ডত কেইবা লক্ষাধিক সা-সম্পত্তি বিনষ্ট

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button