অসমগুৱাহাটীদৈনিক বাতৰি

‘ৰডেৰে মাৰি মাৰি, মাৰি পেলালে অ’ মোৰ ছোৱালীজনীক’-ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য মাতৃৰ

'ৰডেৰে মাৰি মাৰি, মাৰি পেলালে অ' মোৰ ছোৱালীজনীক'-ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য মাতৃৰ

হত্যা কৰা হ’ল নেকি জোনমণি ৰাভাক?

জোনমণিৰ ৰহস্যজনক মৃত্যুক লৈ ন ন প্ৰশ্ন

ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য মাতৃৰ

মাতৃৰ ম’বাইলৰ পৰা তথ্য নোহোৱা কৰাৰ অভিযোগ

ডিলিট কৰা হ’ল মাকৰ ম’বাইলৰ বহুকেইটা নম্বৰ

ৰাজা ইৰ্শাদ নামৰ বিষয়াজনৰ বিৰুদ্ধে নম্বৰ ডিলিট কৰাৰ অভিযোগ

‘কুম্বাং নামৰ আৰক্ষী বিষয়াই মুখ খোলাত বাধা দিছে মাতৃক’

ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ

শৰীৰত আঘাতৰ চিন থকাৰ অভিযোগ জোনমণিৰ পৰিয়ালৰ

সমগ্ৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ ভাতৃ-মাহীয়েকৰ

আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাইছে মাতৃয়ে

জীয়ৰীৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰিছে মাতৃয়ে

ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান মাতৃৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 14 =

Back to top button