ৰাজনৈতিক

পাঞ্জাশিৰত অসহায় তালিবান

মৃত্যু প্ৰায় ৩০০ তালিবানী সদস্যৰ

আফগানিস্তানৰ ৰাজধানী কাবুল পৰ্যন্ত দখল কৰা তালিবান এতিয়া অসহায় হৈ পৰিছে পাঞ্জশিৰ উপত্যকাত।

কাৰি ফচিহুদ দিন হাফিজুল্লাহৰ নেতৃত্বত আফগানিস্তানৰ অভেদ্য দূৰ্গ পঞ্জাশিৰ দখলৰ বাবে যোৱা তালিবান ব্যৰ্থ হৈছে। লগতে মৃত্যু হৈছে প্ৰায় ৩০০ তালিবানী সদস্যৰ।

 

Talibani in Panjshir valley
Talibani in Panjshir valley

উল্লেখ্য যে আফগানিস্তানত মুঠ ৩৪ খন উপত্যকা আছে আৰু ইয়াৰে ৩৩ খন উপত্যকাই বৰ্তমান তালিবানৰ দখলত। মাত্ৰ পঞ্জাশিৰ উপত্যকাই দখল কৰাটো তালিবানৰ বাবে হৈ পৰিছে অতি কঠিন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.