অসমঅসম আৰক্ষীগুৱাহাটীচাকৰিদৈনিক বাতৰিভাৰতশিক্ষা
Trending

মহানগৰীৰ চচলত এক ব্যতিক্ৰমী প্ৰতিবাদ…

ধৰ্ণাস্থলীত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ এই মিলিত পাঠদানে হতবাক কৰিলে পথচাৰীক

মহানগৰীৰ চচলত এক অনন্য আৰু মনোগ্ৰাহী প্ৰতিবাদৰ দৃশ্য। মঙ্গলবাৰে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষকে ধৰ্ণাস্থলীত পাঠদান অব্যাহত ৰাখিলে। বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষভাৱে নিযুক্ত শিক্ষক সংস্থাই এই ব্যতিক্ৰমী পাঠদানৰ আয়োজন কৰে।

জুলাই মাহৰ ২৩ তাৰিখৰ পৰা অব্যাহত এই বিশেষ অনশন প্ৰতিবাদত শিক্ষকসকলে নিজৰ দাবী-দাওঁৰ লগতে শিক্ষা ব্যৱস্থাৰ গুৰুত্ব জনসাধাৰণলৈ প্ৰচাৰ কৰি আহিছে। ধৰ্ণাস্থলীত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ এই মিলিত পাঠদানে হতবাক কৰিলে পথচাৰী আৰু স্থানীয় লোকসকলৰ মনোযোগ।

https://www.facebook.com/share/v/1CQcSnzcZK/

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.