ৰাজনৈতিক

আজি দিল্লীত ৰাহুল গান্ধী, ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে APCCৰ সদস্যই

প নিৰ্বাচনৰ বাবে ৫ টা সমষ্টিত ৫ জনক দ্বায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ

আজি দিল্লীত ৰাহুল গান্ধী, ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে APCCৰ সদস্যই।

APCCৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী, কমলক্ষ্য দে’ পুৰুকায়াস্থ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, ৰাজ্যসভাৰ সাংসদ ক্ৰমে ৰিপুণ বৰা, ৰাণী নৰহ, সন্মানীয় সাংসদ ক্ৰমে গৌৰৱ গগৈ, আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈক সাক্ষাত কৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে।

উপ নিৰ্বাচন আৰু দলীয় অনুশাসন সন্দৰ্ভত আলোচনা কৰে দলটোৱে। উপ নিৰ্বাচনৰ বাবে ৫ টা সমষ্টিত ৫ জনক দ্বায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.