অসমদৈনিক বাতৰিৰাজনৈতিক

আজি BJPত যোগদান কৰিব ফণী তালুকদাৰে

AIUDFৰ পৰা পদত্যাগ বিধায়ক ফণী তালুকদাৰৰ

আজি BJPত যোগদান কৰিব ফণী তালুকদাৰে।

হেঙেৰাবীৰ বিজেপিৰ কাৰ্যায়ত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

AIUDFৰ পৰা পদত্যাগ বিধায়ক ফণী তালুকদাৰৰ।

AIUDFৰ সভাপতিলৈ বিধায়ক ফণী তালুকদাৰৰ পদত্যাগ পত্র।

আজি বিধায়ক পদো এৰিব ফণী তালুকদাৰে।

বিজেপিত যোগদানৰ পুৰ্বে মুখ্যমন্ত্ৰীৰ বাসগৃহত  হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে ফনী তালুকদাৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.