Socialভাৰতৰাজনৈতিক

হিজাব বিতৰ্কক লৈ এইবাৰ মাত দিলে মিছ য়ুনিভাৰ্ছ হাৰ্নাজ সান্ধুৱে…

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হিজাব বিতৰ্কৰ বিষয়ে কয় হাৰ্নাজ সান্ধুৱে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সান্ধুৱে কিয় মহিলা আৰু ছোৱালী সকলকহে লক্ষ্য কৰি লোৱা হয় বুলি প্ৰশ্ন কৰে

হিজাব বিতৰ্কক লৈ এইবাৰ মাত দিলে ২০২১ৰ মিছ য়ুনিভাৰ্ছ হাৰ্নাজ সান্ধুৱে।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হিজাব বিতৰ্কৰ বিষয়ে কয় হাৰ্নাজ সান্ধুৱে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সান্ধুৱে কিয় মহিলা আৰু ছোৱালী সকলকহে লক্ষ্য কৰি লোৱা হয় বুলি প্ৰশ্ন কৰে।

হাৰ্নাজ সান্ধুৱে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকে হিজাব বিতৰ্কক লৈ সোধা এক প্ৰশ্নৰ উত্তৰ দিয়ে। লগতে কয়, “ভালদৰে যদি চাও আপোনালোকে সদায় কিয় যুৱতী-মহিলা সকলক লক্ষ্য কৰি লয়? এতিয়াও আপুনি মোক লক্ষ্য কৰি লৈছে….হিজাব বিতৰ্কতো যুৱতী সকলকে লক্ষ্য কৰি লোৱা হৈছে….যুৱতী সকলক নিজৰ ধৰণে জীয়াই থাকিবলৈ দিয়ক,”

উল্লেখযোগ্য যে, অনুষ্ঠানটোত অংশগ্ৰহণ কৰা সাংবাদিক সকলক পূৰ্বে কোনোধৰণৰ ৰাজনৈতিক প্ৰশ্ন নুশুধিবৰ বাবে কোৱা হৈছিল যদিও এগৰাকী সাংবাদিকে হিজাবকলৈ তেওঁৰ মন্তব্য কি বুলি প্ৰশ্ন কৰে হাৰ্নাজ সান্ধুক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.