Covid-19আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলীদৈনিক বাতৰিফেশ্বন

ক’ভিড সংক্ৰমনৰ বাবে পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড ২০২১ৰ প্ৰতিযোগিতা

ক'ভিডৰ বৰ্ধিত সংক্ৰমনৰ বাবে পিছুৱাই দিয়া হ'ল এই সৌন্দৰ্য প্ৰতিযোগীতা।

মিছ ৱৰ্ল্ড ২০২১ৰ প্ৰতিযোগিতা পিছুৱাই দিয়া হ’ল। ক’ভিডৰ বৰ্ধিত সংক্ৰমনৰ বাবে পিছুৱাই দিয়া হ’ল এই সৌন্দৰ্য প্ৰতিযোগীতা।

কেইবাগৰাকী প্ৰতিযোগীৰ লগতে আয়োজক কমিটীৰ কেইবাজনো সদস্য দেহত ক’ভিড ধৰা পৰাৰ পাছতে আয়োজক সমিতিৰ লগতে প্ৰতিযোগীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়ে এই সুন্দৰী প্ৰতিযোগিতা।
ধৰি মুঠ ১৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত আছে ভাৰতীয় প্ৰতিযোগী মনসা বাৰানসী। মনসাই ২০২০ চনত মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.