দুৰ্ঘটনাভাৰত

ফটকাৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ডত! নিহত ৫, আহত ১০

অৱশ্যে এই পৰ্যন্ত জুইৰ সূত্ৰপাত কেনেকৈ হৈছিল সেয়া জানিব পৰা হোৱা নাই

ফটকাৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ডত! নিহত ৫, আহত ১০

তামিলনাডুৰ কাল্লাকুৰিচি জিলাৰ শংকৰপুৰম নগৰৰ এখন ফটকাৰ দোকানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডত। অগ্নিকাণ্ডত পাঁচজনকৈ লোক নিহত হোৱাৰ উপৰি অন্য ১০ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। জুইৰ প্ৰকোপৰ ভয়ংকৰ ৰূপে নিমিষতেসকলো চাৰ খাৰ কৰি দিয়ে।  দোকানখনত থকা ফটকাসমুহ ফটাৰো শব্দ বহু দূৰৰ পৰা শুনিবলে পোৱা যায়।

জানিব পৰা অনুসৰি, দোকানখনৰ সন্মুখত ৰখাই থোৱা এখন দুচকীয়া বাহনো অগ্নিকাণ্ডত জাহ গৈছে।

অৱশ্যে এই পৰ্যন্ত জুইৰ সূত্ৰপাত কেনেকৈ হৈছিল সেয়া জানিব পৰা হোৱা নাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.