খাদ্যভাৰত

গুজৰাটত বিজেপিয়ে শিশুৰ পুষ্টিৰ বাবে তৈয়াৰ কৰিছে বিশেষ চকলেট! কি বিশেষত্ব আছে এইবিধ চকলেটৰ?

আকৰ্ষণীয় দিশটো হ'ল যে, বাৰটোৰ পেকেটিঙত দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো

গুজৰাটত বিজেপিয়ে পুষ্টিহীনতাত ভূগা শিশুৰ পুষ্টিৰ বাবে প্ৰস্তুত কৰিছে সুস্বাদু বাদামৰ চকলেট বাৰ।

আকৰ্ষণীয় দিশটো হ’ল যে, বাৰটোৰ পেকেটিঙত দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো।

গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলৰ নেতৃত্বত আৰম্ভ কৰা এই বাৰসমূহৰ নমুনা দেওবাৰে সাংসদসকলৰ মাজত বিতৰণ কৰা হয়।

বাৰসমূহৰ পেকেটত প্ৰধানমন্ত্ৰী মোডীৰ ফটোৰ সৈতে তাত ব্যবহৃত উপাদানবোৰৰ বিষয়েও উল্লেখ কৰা হৈছে।

ইফালে, বিজেপি সাংসদ দুষ্মন্ত সিঙে পুষ্টি দণ্ডিকা সন্দৰ্ভত টুইট কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.