অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মুকলি হ’ল নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰ, চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে কলাক্ষেত্ৰখন

নাৰায়ণপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনাই ৰাইজৰ বাবে উৎসৰ্গা

নাৰায়ণপুৰৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী শৰ্মাৰ

বহু প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

ভকত-বৈষ্ণৱসকলৰ সৈতে বিশাল সভাত অংশগ্ৰহণ

মুখ্যমন্ত্ৰীৰ আগমনক লৈ উৎফুল্লিত নাৰায়ণপুৰবাসী

২০০৭ত কংগ্ৰেছ আমোলতে আৰম্ভ হৈছিল নিৰ্মাণৰ কাম

৪৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে কলাক্ষেত্ৰ

ঢোলে-ডগৰে ৰজনজনালে নাৰায়ণপুৰ কলাক্ষেত্ৰৰ স্থলী

নাচনীৰ লগত চেলফি ল’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

নাৰায়ণপুৰ উচ্চ মাধ্যমিক খেলপথাৰত বিশাল কাৰ্যসূচী

প্ৰায় ৪৫ বিঘা মাটিত নিৰ্মাণ মাধৱদেৱ কলাক্ষেত্ৰ

উল্লেখ্য যে কলাক্ষেত্ৰৰ ভূমিদাতা হ’ল শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত দেৱগোস্বামী। ২০০৭ চনতেই কংগ্ৰেছৰ দিনত স্থাপন কৰিছিল কলাক্ষেত্ৰৰ আধাৰশিলা। ১৬ বছৰৰ মূৰত নিৰ্মাণ হৈ উঠিছে কলাক্ষেত্ৰ। মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধনৰ বাবে ৰাইজৰ মাজত ব্যাপক উছাহ। দুটা বৰ্ষত কৰা উন্নয়নৰ পৰিকল্পনাৰ এশ শতাংশ সম্পূৰ্ণ হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + thirteen =

Back to top button