Social

নতুন বছৰটোত স্বামীক কি ক’লে ছানিয়া মিৰ্জাই!

২০২২ চনত মোৰ বাবে বিশেষ ভাল হোৱা নাই যদিও শেষত সকলো ঠিকেই আছে।’

ছানিয়া মিৰ্জাই ২০২২ লৈ উভতি চালে। ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই অনুৰাগীসকলক নতুন বছৰটো শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ কেইখনমান আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰে। আৰু লগা লগ ফটোকেইখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। স্বামী ছোয়েব মালিক সৈতে তালাকৰ চৰ্চা চলি থকাৰ মাজতে ছানিয়া মিৰ্জাই পুত্ৰ সৈতে অকলে ফটো শ্বেয়াৰ কৰি লিখিলে

‘এই বছৰ ২০২২ৰ বাবে মোৰ হাতত কোনো ডাঙৰ বা গভীৰ কেপচন নাই। যদিও মোৰ কিছুমান ধুনীয়া চেলফি আছে। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ২০২২ চনত মোৰ বাবে বিশেষ ভাল হোৱা নাই যদিও শেষত সকলো ঠিকেই আছে।’

https://www.instagram.com/p/Cm1FtAevh_S/?utm_source=ig_web_copy_link

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.