Covid-19ভাৰত

দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ! বৰ্তমান কিমান ক’ভিড আক্ৰান্তৰ সংখ্যা?

দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। দৈনিক পজিটিভিটীৰ হাৰত বৰ্তমানেও আক্ৰান্তৰ শীৰ্ষত আছে কেৰালা।

দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰে ভাৰতত ক’ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্য হৈছে, ৬৭,৬৯৭জন হোৱাৰ লগতে পজিটিভিটীৰ হাৰ ৫.০২ শতাংশ। তাৰ বিপৰীতে ২৪ ঘণ্টাত মৃত্যু হৈছে ১,১৮৮০০ জন লোকৰ। দৈনিক পজিটিভিটীৰ হাৰত বৰ্তমানেও আক্ৰান্তৰ শীৰ্ষত আছে কেৰালা।

আনহাতে, সমগ্ৰ বিশ্বতে ক’ভিডত আক্ৰান্ত হৈছে ৯,৪০,৩৪৪ জন লোক।

আক্ৰান্তৰ শীৰ্ষত এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত ভাৰত আৰু তৃতীয় স্থানত আছে ব্ৰাজিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.