leatest updateঅসমদৈনিক বাতৰিস্বাস্থ্য

আপোনাৰ গাৰ পৰা দুৰ্গন্ধ উলাই নেকি?তেজপাতেৰে কেনকৈ গাৰ দুৰ্গন্ধ নোহোৱা কৰিব…

তেজপাতৰ ঔষধী গুনাগুণৰ বিষয়ে আপুনি জানেনে?

সকলো মানুহেই দৈনন্দিন খাদ্যৰ গ্ৰহণত তেজপাত ব্যৱহাৰ কৰে। তেজপাতৰ সুগন্ধি হয়তো সকলোৰে প্ৰিয়। আপুনি জানেনে তেজপাতৰ সুগন্ধিৰ লগতে ইয়াৰ যে বহুতো ঔষধী গুণ আছে। বিশেষকৈ খাদ্য় হজমৰ সমস্যা, মুখত টেঙা টেঙা ভাব, এচিডিটি আৰু কোষ্ঠিকাঠিন্যই দূৰ কৰে।

Benefits of Bay Leaves: বাঢ়ি অহা মেদৰ বাবে বিবুদ্ধিত পৰিছে নেকি, তেজপাত  খাওক চমৎকাৰ চাওক– News18 assam

তেজপাত দিয়া চাহ আপোনাৰো প্ৰিয় নেকি? তেজপাত দিয়া চাহৰ উপকাৰিতা জানেনে আপুনি? তোজপাত দিয়া চাহ খালে অন্ত্ৰৰ বিভিন্ন সমস্যা দূৰ হয়। শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ কমায় আৰু দেহত এন্টি অক্সিডেন্ট হিচাপে কাম কৰে। গৱেষকৰ মতে, এমাহ তেজপাতৰ চাহ খালে শৰীৰত ইনচুলিন উৎপন্ন হয় লগতে বেয়া কলেষ্টেৰল দূৰ হয় আৰু ট্ৰাইগ্লিছাৰাইডৰ পৰা মুক্তি পাব পাৰি।

তেজপাতার চায়ে পাবেন সুস্থতা

আপোনাৰ শৰীৰৰ পৰা দুৰ্গন্ধ উলায় নেকি? যদি আপোনাৰ শৰীৰৰ পৰা দুৰ্গন্ধ উলায় তেন্তে তেজপাত বটি শৰীৰত ঘঁহিলে অতি সোনকালেই শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া হয়। ৰ’দত ঘূৰা-ফুৰা কৰি ঘাম উলালে গা ধোৱাৰ আগত তেজপাত বটি গাঁত লগাই আধা ঘন্টা মানৰ পিছত গা ধুব লাগে। তেনে কৰিলে গা শীতল পৰে লগতে গৰমৰ পৰাও পৰিত্ৰান পাব পাৰি। ইয়াৰ লগতে গাত খজুৱতি হ’লেও তেজপাত পানীত সিজাই সেই পানী চেকি পুৱা দুই তিনিবাৰ খালেও গাৰ খজুৱতিৰ পৰা নিৰাময় পাব পাৰি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.