অসমদৈনিক বাতৰিৰাজনৈতিক

দালাল দেখিলেই থপিয়াব মুখ্যমন্ত্ৰীয়ে?

মাটিৰ দালালক কিয় গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে?

অতিৰিক্ত উপায়ুক্ত(ৰাজহ), ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াৰে মুখ্যমন্ত্ৰীৰ গুৰুত্ত্বপূৰ্ণ বৈঠক

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিত হয় এই বৈঠক

“দালাল দেখিলেই থপিয়াব লৈ আহিম”- মুখ্যমন্ত্ৰী

মাটিৰ দালালক গামোচা পিন্ধাই বিদায় দিব মুখ্যমন্ত্ৰীয়ে

চক্ৰ বিষয়াৰ কাৰ্যালয়সমুহত কি সংঘটিত হৈ আছে সকলো গম পায় মুখ্যমন্ত্ৰীয়ে। দালালৰ নামো জানে মুখ্যমন্ত্ৰীয়ে।

সন্দেহজনক ব্যক্তি দেখিলেই চাৰ্কুল অফিচাৰে প্ৰশ্ন কৰিব লাগিব- মুখ্যমন্ত্ৰী

মই মুখ্যমন্ত্ৰী হৈ থকালৈ ভুমিৰ কাম-কাজ দাদালৰ দ্বাৰা নহ’ব- মুখ্যমন্ত্ৰী

চাৰ্কুল অফিচাৰ, ADC সকলৰ ওপৰত কঠোৰ মুখ্যমন্ত্ৰী

6 মাহৰ ভিতৰত সাধাৰণ মানুহে গৈ চাৰ্কোল অফিচত নিজৰ কাম কৰিব পাৰিব লাগিব- মুখ্যমন্ত্ৰী

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.