চাকৰিৰাজনৈতিক

দেশৰ নিবনুৱাক দিপাৱলীৰ উপহাৰ দিলে প্ৰধানমন্ত্ৰীয়ে!

৭৫ হাজাৰ নিৱনুৱাক প্ৰদান কৰিলে নিযুক্তি পত্ৰ

দেশৰ নিবনুৱালৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ, ৭৫ হাজাৰ নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান। ১০ লাখ যুৱক-যুৱতীক চাকৰিৰ পতাশ্ৰুতি দিলে নৰেন্দ্ৰ মোডীয়ে।

শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰোজগাৰ মেলাৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰে নিযুক্তি পত্ৰ। ই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ১০ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ ৩৮টা বিভাগত নিযুক্তি প্ৰদানৰ পতিশ্ৰুতি দিয়ে নৰেন্দ্ৰ মোডীয়ে।

PM Modi's mega employment push, directs 10 lakh recruitments in 18 months |  Latest News India - Hindustan Times

এই অভিযানৰ উদ্দেশ্য হৈছে ১৮ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ সকলো খালী পদ পূৰণ কৰা। প্ৰধানমন্ত্ৰী মোডীয়ে এই বছৰৰ জুন মাহত খালী পদসমূহ পূৰণ কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ পৰিৱৰ্তে পৰৱৰ্তী সময়ত বাকী থকা যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.