অসমজীৱনশৈলীমনোৰঞ্জন

বিশিষ্ট সাংবাদিক মনমৰমী মহন্তলৈ বিশেষ সন্মান

যান্ত্ৰিক মহানগৰীত ভাৰতীয় পৰম্পৰা ৰক্ষা কৰি প্ৰাণ পাই উঠিছে নূপুৰ একাডেমী

নূপূৰ কালচাৰেল একাডেমীৰ উদ্যোগত  বুধবাৰে অনুস্থিত হয় অৰংগীট্ৰম আৰু ভাৰত নাট্যম নৃত্য মহোৎসৱ-২০২১।

ভাৰতনাট্যমৰ ওপৰত আনুষ্ঠানিক শিক্ষা(ডিপ্লমা) সম্পূৰ্ণ কৰা কেইবাগৰাকী ছাত্ৰীক অনুষ্ঠানৰ জড়িয়তে প্ৰদান কৰা হয় প্ৰমাণ পত্ৰ আৰু সম্বৰ্ধনা।

অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী ,গুৰ বিপুল দাস ,ৰঞ্জুমণি শইকীয়া , ৰিঞ্জুমণি শইকীয়া , ডঃ মল্লিকা কন্দলি , ডঃ প্ৰমোদ শৰ্মা।

অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট সাংবাদিক মনমৰমী মহন্তক।

ভাৰতীয় পৰম্পৰা ৰক্ষা কৰি নূপুৰ একাডেমীয়ে ধৰি ৰাখিছে ভাৰত নাট্যম।

গুৰু ডঃ মনীষা দেৱী গোস্বামীৰ একক প্ৰচেষ্টাত যান্ত্ৰিক মহানগৰীত প্ৰাণ পাই উঠিছে এই একাডেমীখনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.