Internationalআন্তঃৰাষ্ট্ৰীয়বিশ্ববোমা বিস্ফোৰণ

ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ইজৰাইল-পেলেষ্টাইনৰ যুঁজ, হামাছৰ আক্ৰমণত ৯ শতাধিক ইজৰাইলী নাগৰিক নিহত

ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ইজৰাইল-পেলেষ্টাইনৰ যুঁজ

ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ইজৰাইল-পেলেষ্টাইনৰ যুঁজ

দিনে-নিশাই ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ ‘হামাছ’ৰ

হামাছৰ আক্ৰমণত ৯ শতাধিক ইজৰাইলী নাগৰিক নিহত

ইজৰাইলৰ বিৰুদ্ধে হামাছৰ ‘অপাৰেচন অল আক্সা ফ্লাড’

নিশাৰ ভিতৰতেই গাজাত কেইবাটাও সামৰিক ঘাটি ধ্বংস

হামাছক একেবাৰে নিঃশেষ কৰাৰ পণ ইজৰাইলৰ

গাজাৰ চাৰিওফালে গুলীবৰ্ষণ, বোমাৰ গৰ্জন

গাজা সীমান্তত পুনৰ ইজৰাইলী সেনাৰ আধিপত্য

গাজাত ডেৰশৰো অধিক লোকক বন্দী কৰিছে হামাছে

প্ৰায় ২ লাখ লোকে গাজা এৰি কৰিছে পলায়ন

নিহতৰ সংখ্যা এইপৰ্যন্ত প্ৰায় ৩ হাজাৰ অতিক্ৰম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.