ভাৰতৰাজনৈতিক

“ভাৰতত ২০১৪ চনৰ পৰাই হিন্দুত্ববাদীয়ে দেশ চলাই আছে আৰু এতিয়া তেওঁলোকক আঁতৰাই পঠোৱাৰ সময় আহি পৰিছে”- বিজেপিক তিব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও বিজেপিক সমালোচনা কৰি বিজেপি হিটলাৰৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত বুলি মন্তব্য কৰে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থানৰ জয়পুৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ হিন্দুত্ববাদক লৈ অতি কঠোৰ ভাষাকে সমালোচনা কৰে।

কংগ্ৰেছ নেতা গৰাকীয়ে কয়, “ভাৰত এখন হিন্দুৰ দেশ, হিন্দুত্ববাদীৰ নহয়”। তাৰ লগতে তেওঁ কয়, “ভাৰতত ২০১৪ চনৰ পৰাই হিন্দুত্ববাদীয়ে দেশ চলাই আছে আৰু এতিয়া তেওঁলোকক আঁতৰাই পঠোৱাৰ সময় আহি পৰিছে “। হিন্দু আৰু হিন্দুত্ববাদীৰ উদাহৰণ স্বৰূপে ৰাহুল গান্ধীয়ে মহাত্মা গান্ধী এগৰাকী হিন্দু আৰু নাথুৰাম গডছে হিন্দুত্ববাদী বুলি কয়।

ৰাহুল গান্ধীৰ লগতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও বিজেপিক সমালোচনা কৰি বিজেপি হিটলাৰৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত বুলি মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.