কেৰালাজীৱনশৈলীপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰভাৰত

সলনি হ’ব জলবায়ু! প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানে

সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ হৈ থকাৰ সময়তেই কেৰালালে সাৱধানবানী প্ৰেৰণ কৰিলে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

সলনি হ’ব জলবায়ু। প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানে।

সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ হৈ থকাৰ সময়তেই কেৰালালে সাৱধানবানী প্ৰেৰণ কৰিলে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগে কেৰালাৰ ১৪ খন জিলাত অহা ৫ নৱেম্বৰলৈ ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।

আই. এন . ডি ৰ অনুসৰি অহা ৫দিনলৈ এই ১৪খন জিলাত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।

যাৰ বাবে জিলাকেইখনত অহা ৫ দিনলৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.